--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গৰ্ভত থকা সন্তানৰ স্বাস্থ্য ভাল নহয়, সেয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা গৰ্ভপাতৰ অনুমতি পালে এগৰাকী অন্তঃসত্বা মহিলাই। ২৬ বছৰ বয়সীয়া মহিলাগৰাকী ৩৩ সপ্তাহৰ গৰ্ভৱতী আছিল।

কিন্তু গৰ্ভধাৰণৰ পৰীক্ষা কৰাৰ পাছত জানিব পৰা গৈছিল যে সন্তানটোৰ ভ্ৰুণৰ মস্তিষ্কৰ কাৰ্যকলাপ স্বাভাৱিক নহয়। সেইবাবেই গৰ্ভপাতৰ অনুমতি বিচাৰিছিল। আবেদনকাৰী অন্তঃসত্বা মহিলাগৰাকীৰ উপৰিও তেওঁৰ স্বামী আৰু চিকিৎসকসকলেও আদালতত বক্তব্য দিছিল।


দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি প্ৰতিভা এম সিংহই এই অনুমতি প্ৰদান কৰিছে। বিচাৰপতিগৰাকীয়ে কয়- “বিষয়টো বিবেচনা কৰাৰ পাছত আদালতে এই সিদ্ধান্ত লৈছে যে এইক্ষেত্ৰত মাকৰ সিদ্ধান্তই চূড়ান্ত। সেইবাবেই গৰ্ভপাতৰ অনুমতি দিয়া হৈছে। আবেদনকাৰীয়ে তেওঁৰ পছন্দৰ যিকোনো হস্পিতালত সোনকালেই গৰ্ভপাত কৰিব পাৰিব।”

উল্লেখ্য যে ছেপ্টেম্বৰ মাহত চুপ্ৰীম কোৰ্টে গৰ্ভপাত সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। কৈছিল যে দেশৰ সকলো নাৰীয়েই নিৰাপদভাৱে গৰ্ভপাত কৰাব পাৰিব। গৰ্ভপাতৰ ক্ষেত্ৰত বিবাহিত আৰু অবিবাহিত সকলো নাৰীকে চুপ্ৰীম কোৰ্টে সামৰি লৈছে। ২০ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত অবিবাহিত মহিলাসকলেও গৰ্ভপাত কৰাব পাৰিব। ইয়াৰ পাছত গৰ্ভপাত কৰিলে আদালতৰ অনুমতি ল’ব লাগিব বুলি কোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক