--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৯ আগষ্টত নৱজিত গগৈয়ে নিজ সন্তানসম্ভৱা পত্নী জোনটি মেচ গগৈক AMCH ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰিছিল। ৩০ আগষ্টৰ পুৱা তেওঁ এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছিল।

ডিজিটেল ডেস্কঃ GMCH ৰ পাছত AMCH ত ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ৰ টিংখাং শালমাৰিৰ এক দম্পতীৰ নৱজাতক সন্তান সলনিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।


অভিযোগ অনুসৰি ২৯ আগষ্টত নৱজিত গগৈয়ে নিজ সন্তানসম্ভৱা পত্নী জোনটি মেচ গগৈক AMCH ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰিছিল। ৩০ আগষ্টৰ পুৱা তেওঁ এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছিল।


নৱজাতকটি জন্মৰ পাছতে ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকে ICU লৈ প্ৰেৰণ কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া শিশুটি পিতৃ-মাতৃয়ে প্ৰত্যক্ষ কৰি হতবাক হয়। শিশুটি সলনি কৰি অন্য শিশু ICU ৰ বিচনাত ৰখাৰ অভিযোগ তুলি AMCH কৰ্তৃপক্ষক অৱগত কৰে।


ওলোটাই AMCH ৰ প্ৰসূতি বিভাগৰ চিকিৎসক-নাৰ্ছ কৰ্মচাৰীয়ে ভয়-ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পিতৃ-মাতৃয়ে স্থানীয় বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ