--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ ৰাজনৈতিক জগতত অটল বিহাৰী বাজপেয়ীৰ স্থান সুকীয়া৷ দল-আদৰ্শ নিৰ্বিশেষে সকলো ভাৰতীয়ই তেওঁৰ অৱদান তথা নেতৃত্বক স্মৰণ কৰে৷ এইজন আদৰ্শ পুৰুষৰ জীৱন ভিত্তিতেই চলচ্চিত্ৰ নিৰ্মাণ কৰিব বলিউডে৷ আৰু অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিব প্ৰবীণ অভিনেতা পংকজ ত্ৰিপাঠীয়ে৷পৰ্দাত এনে এজন মানৱীয় ৰাজনীতিবিদক চিত্ৰিত কৰিবলৈ সুযোগ লাভ কৰি গৌৰৱান্বিত হৈ উঠিছে পংকজ ত্ৰিপাঠী৷ 

জানিব পৰা মতে, এই ছবিখন পৰিচালনা কৰিব  তিনিবাৰকৈ  ৰাষ্ট্ৰীয় বঁটা বিজয়ী ৰবি যাদৱে৷ ৰবি যাদৱ  মাৰাঠী চলচ্চিত্ৰ উদ্যোগৰ অন্যতম প্ৰখ্যাত পৰিচালক ৷ লগতে প্ৰযোজক হিচাপে ছবিখনৰ সৈতে জড়িত হৈ আছে  বিনোদ ভানুশালী৷ 

ছবিখন সম্পৰ্কত  পৰিচালক ৰবি যাদৱে কয় যে,  "এজন পৰিচালক হিচাপে মোৰ বাবে মই অটলজীতকৈ ভাল কাহিনী বিচাৰিব নোৱাৰিলোহেঁতেন। তাৰ ওপৰত, পংকজ ত্ৰিপাঠীৰ দৰে এজন অনুকৰণীয় অভিনেতাক অটলজীৰ কাহিনী আৰু পৰ্দালৈ অনাৰ বাবে নিৰ্মাতাসকলৰ সমৰ্থন। মই আশা কৰোঁ যে মই অটলৰ সৈতে মানুহৰ আশা পূৰণ কৰিব পাৰিম।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক