--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচলত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বাবুক গাঁৱৰ সমীপৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে Pasighat-Pangin সংযোগী পথচোৱা।

আজি পুৱাই সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। পথত আৱদ্ধ হৈ পৰিছে এখন এম্বুলেন্সৰ লগতে শ শ যান বাহন। পথত আৱদ্ধ হৈ পৰিছে দূৰ-দূৰণিৰ পৰা অহা শ শ যাত্ৰী।

বৰ্তমানেও পাহাৰৰ ওপৰৰ পৰা মাটি খহিয়েই আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে অৰুণাচল প্ৰশাসনে পুনৰ পথচোৱা যাতায়ত সুচলৰ বাবে তীব্ৰ গতিত মেৰামতিৰ কাম কৰি আছে যদিও পাহাৰৰ পৰা মাটি খহা অব্যাহত থকাৰ বাবে মেৰামতিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন