--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিকম কোম্পানী এয়াৰটেলৰ ডাটা লিক হোৱাৰ সন্দৰ্ভত চৰ্চা চলিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট দেখা গৈছে য’ত এয়াৰটেলৰ ৩৭.৫ কোটি ব্যৱহাৰকাৰীৰ তথ্য ফাদিল হোৱা বুলি দাবী কৰা হৈছে। অৰ্থাৎ তেওঁলোকৰ নাম, ইমেইল, বেংকৰ তথ্য, ঠিকনা সকলো হেক কৰা হৈছে। 

যদি আপুনিও এয়াৰটেলৰ গ্ৰাহক, তেন্তে এই খবৰে আপোনাক আমনি কৰিব পাৰে। আচলতে টুইটাৰ আৰু এটা ৱেব ফ’ৰামত এটা আলোচনা চলি আছে যে ৩৭৫ মিলিয়ন অৰ্থাৎ প্ৰায় ৩৭.৫ কোটি এয়াৰটেল ব্যৱহাৰকাৰীৰ তথ্য ফাদিল হৈ ডাৰ্ক ৱেবত বিক্ৰী কৰা হৈছে। অৱশ্যে এয়াৰটেলে নিজৰ বিবৃতিত কয় যে এই আলোচনা ভিত্তিহীন। কোম্পানীটোৱে কয় যে এয়াৰটেল ব্যৱহাৰকাৰীৰ ডাটা লিক কৰা বুলি দাবী কৰা হেকাৰে কেৱল মানুহক বুৰ্বক বনাই পানী খুৱাবলৈ চেষ্টা কৰিছে। 

এয়াৰটেল ব্যৱস্থাত কোনো ধৰণৰ ডাটা লিক হোৱা নাই বুলি কোম্পানীটোৱে স্পষ্টভাৱে স্বীকাৰ কৰে।

এয়াৰটেলে কয় যে "এয়া এয়াৰটেলৰ ভাবমূৰ্তি কলংকিত কৰাৰ এক হতাশাজনক প্ৰচেষ্টা। আমি আমাৰ পৰ্যায়ত তদন্ত কৰিছো আৰু এয়াৰটেলৰ ব্যৱস্থাত কোনো ধৰণৰ ভংগ হোৱা নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ