--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৫তম ‘প্ৰি-ইউৰোপ ডি লেছাই’ বঁটা লাভ কৰিছে ভাৰতীয় সাহিত্যিকে অৰুন্ধতী ৰায়। এই বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় সাহিত্যিক হিচাপে বিবেচিত হৈছে।

তেওঁৰ গ্ৰন্থ ‘আজাদী: ফ্ৰিডম, ফেচিজম, ফিকচন’ৰ ফৰাচী অনুবাদে এই খিতাপ লাভ কৰিছে। এই পুৰস্কাৰৰ ধন ভাৰতীয় টকাত প্ৰায় ১৮ লাখ। জুন মাহত অৰুন্ধতীক এই বঁটা লাভ কৰা বুলি ঘোষণা কৰা হৈছিল। মঙলবাৰে ছুইজাৰলেণ্ডৰ ল’জানত অনুষ্ঠিত হয় এই অনুষ্ঠান।

জুৰীয়ে এক বিবৃতিত কয় যে- ''অৰুন্ধতী ৰায়ে কলমক যুঁজৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। আজিৰ জীৱনৰ এটা ডাঙৰ সমস্যা হৈছে বিভিন্ন স্তৰত প্ৰকাশ পোৱা ফেচিবাদৰ স্বৰূপ। তেওঁৰ ৰচনাবোৰ বহুতৰে আশ্ৰয়স্থলৰ দৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা