--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত পুনৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা৷শুক্ৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি ভাৰতত ৪৪০ টা নতুন কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে, বৰ্তমান ভাৰতত কালিলৈকে পোৱা তথ্য অনুসৰি সক্ৰিয় ঘটনা বৰ্তমান ৩২৯৪টা লৈ বৃদ্ধি হৈছে।

আজি পুৱা ৮ বজালৈকে পোৱা তথ্য অনুসৰি ৰাজস্থানৰ পৰা এটা, কৰ্ণাটকৰ পৰা এটা আৰু কেৰালাৰ পৰা এটা মৃত্যুৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ সৈতে ক’ভিড ১৯ত মৃত্যুৰ সংখ্যা ৫,৩০,৭৭৯ জনলৈ বৃদ্ধি পাইছে।

বৰ্তমানলৈকে ভাৰতত হোৱা মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৪,৪৬,৮৯,৫১২টা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷তদুপৰি দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড-১৯ৰ সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৮০ শতাংশ৷মন্ত্ৰালয়ৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি, দেশজুৰি চলোৱা টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে ২২০.৬৪ কোটি পালি ক’ভিড ভেকছিন প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ