--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ বাংকাৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ নিলগত অৱস্থিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ খাদ্যত উদ্ধাৰ হৈছে এটা সাপ।

মৃত সাপটো থকা খাদ্য গ্ৰহণ কৰাৰ অভিযোগত কমেও ১০-১৫ জন ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

খবৰ অনুসৰি চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ হোষ্টেলত বসবাস কৰা ছাত্ৰসকলক ব্যক্তিগত মেছৰ পৰা খাদ্য যোগান ধৰা হয়। ইয়াৰ পূৰ্বেও খাদ্যৰ মানদণ্ড সন্দৰ্ভত কলেজ প্ৰশাসনক অভিযোগ উত্থাপন কৰা হৈছিল যদিও ইয়াৰ প্ৰতি কোনো গুৰুত্ব দিয়া হোৱা নাছিল। 

১৩ জুনৰ নিশা যেতিয়া ছাত্ৰসকলক খাদ্য দিয়া হৈছিল, তেতিয়া তাত এটা সাপৰ পোৱালি আছিল। খাদ্যত সাপটো পোৱাৰ সময়লৈকে কিছু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে খাদ্যখিনি খাই পেলাইছিল।

ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?