--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 এছএফৰ মহানিৰীক্ষক ডি কে বৰাই সংবাদ 
মাধ্যমক জনোৱা অনুসৰি, পাকিস্তানে ড্ৰ'ন প্ৰেৰণ কৰিলে ধ্বংস হোৱাটো নিশ্চিত

জম্মু-কাশ্মীৰ সীমান্তত ড্ৰ'নৰ জৰিয়তে পাকিস্তানে কৰিব বিচৰা কূটাঘাতৰ ষড়যন্ত্ৰক বিফল কৰিছে বিএছএফে। ভাৰতীয় সেনাৰ অত্যাধুনিক এণ্টি ড্ৰ'ন ছিষ্টেমৰ সহায়ত ১৬ নৱেম্বৰলৈকে পাকিস্তানৰ ১৬খন ড্ৰ'ন ধ্বংস কৰিছে বিএছএফে।


সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ সঞ্চালকপ্ৰধান পংকজ কুমাৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ভাৰত-পাকিস্তান সীমান্তৰ বিভিন্ন স্থানত বৰ্তমান সক্ৰিয় হৈ আছে এণ্টি ড্ৰ'ন ছিষ্টেম।


ভাৰতৰ এই প্ৰযুক্তিৰ বাবেই পাকিস্তানৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বৰ্তমান ড্ৰ'ন আক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পাইছে। বিএছএফৰ মহানিৰীক্ষক ডি কে বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি পাকিস্তানে ড্ৰ'ন প্ৰেৰণ কৰিলে ধ্বংস হোৱাটো নিশ্চিত।


ইপিনে বৰ্তমান জম্মুৰ সীমা সম্পূৰ্ণৰূপে সুৰক্ষিত বুলিও দাবী কৰিছে বিএছ এফে। বৰাই লগতে কয় অনাগত সময়তো সীমান্তৰে যাতে কোনো অনুপ্ৰৱেশকাৰী অথবা সন্ত্ৰাসবাদী প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ আছে বিএছএফ

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক