--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ইমৰান খানৰ উত্তৰাধিকাৰীৰূপে শ্বেহবাজ শ্বৰীফক পাকিস্তানৰ নেচনেল এচেম্বলীৰ সদস্যসকলে বাছনি কৰিছিল। ৭০ বছৰীয়া শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ।

আস্থা ভোটত পৰাজিত হোৱা সত্ত্বেও ইমৰান খানে শেষলৈকে যুঁজ এৰি দিয়া নাছিল। যেতিয়া বিৰোধীয়ে একত্ৰিত হৈ শ্বাহবাজক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছিল তেতিয়াই ইমৰানৰ দল, পাকিস্তান তেহৰিক-ই-ইনচাফৰ সদস্যসকলে এচেম্বলী ত্যাগ কৰিছিল।

ইমৰান খানৰ কাৰ্যকালত শ্বাহবাজ শ্বৰীফে পাকিস্তানত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ পাকিস্তান মুছলিম লীগ-নাৱাজ অৰ্থাৎ পিএমএল-এনৰ সভাপতিও আছিল। দলটো তেওঁৰ ককাক নৱাজ শ্বৰীফৰ। অৱশ্যে, দুৰ্নীতিৰ অভিযোগ ৰখাৰ পাছত, নাৱাজ শ্বৰীফে পাকিস্তানৰ পৰা পলায়ন কৰে। তাৰ পাছত, দলটো পৰিচালনা কৰাৰ দায়িত্ব শ্বাহবাজৰ হাতত পৰে।

সোমবাৰে নেচনেল এচেম্বলীত নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে ভোটদান অনুষ্ঠিত হোৱাৰ কথা আছিল। অৱশ্যে, ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে, ইমৰান খানে পাকিস্তান সংসদৰ নিম্ন সদনৰ পৰা পদত্যাগ কৰে। তেওঁৰ বক্তব্য আছিল যে তেওঁ চোৰৰ সৈতে একেলগে এখন সভাত বহিব নোৱাৰে! তেওঁৰ দল পিটিআইৰ সদস্যসকলেও ভোট বৰ্জন কৰিছিল আৰু নেচনেল এচেম্বলী ত্যাগ কৰিছিল। তাৰ পাছত, বিপক্ষ শিবিৰৰ অনুপস্থিতিত শ্বাহবাজৰ জয়ী হোৱাত কোনো সমস্যা নহ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন