--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পেছোৱাৰ৷ পাকিস্তানৰ পেছোৱাৰৰ এটা মছজিদৰ ভিতৰত সংঘটিত আত্মঘাতী বিস্ফোৰণৰ ফলত এইপৰ্যন্ত কমেও ২০ জন লোক নিহত আৰু ৯৬ জন আহত হোৱাৰ খবৰ পোৱা গৈছে৷

জুহৰৰ প্ৰাৰ্থনাৰ পাছত দুপৰীয়া প্ৰায় ১.৪০ বজাত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণৰ প্ৰভাৱৰ বাবে মছজিদৰ এটা ফাল খহি পৰিছিল।

পাকিস্তানৰ সংবাদ মাধ্যম প্ৰতিবেদনত কোৱা হৈছে যে এজন আত্মঘাতী আক্ৰমণকাৰীয়ে নামাজৰ সময়ত মছজিদৰ ভিতৰত নিজকে বিস্ফোৰিত কৰি দিয়ে৷ 

পিটিআইয়ে নিৰাপত্তা বিষয়াসকলৰ উদ্ধৃতি দি কয় যে প্ৰাৰ্থনাৰ সময়ত আত্মঘাতী আক্ৰমণকাৰীজন সন্মুখৰ শাৰীত উপস্থিত আছিল যেতিয়া তেওঁ নিজকে বিস্ফোৰিত কৰিছিল।

আহতসকলক পেছোৱাৰৰ লেডী ৰিডিং হস্পিটেললৈ স্থানান্তৰ কৰা হৈছিল বুলি বিষয়াসকলে সদৰী কৰিছে৷

চিকিৎসালয়ৰ সূত্ৰই কৈছিল যে আহতসকলৰ ভিতৰত ১৩ জনৰ অৱস্থা সংকটজনক। অঞ্চলটোত ইতিমধ্যে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে আৰু অঞ্চলটো ঘেৰাও কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ