--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্টাৰনেট বৰ্তমান সময়ত এক আকৰ্ষণীয় আমোদৰ স্থান। ছ’চিয়েল মিডিয়াৰ আগমনৰ লগে লগে বহুতো কন্টেন্ট ক্ৰিয়েটৰে অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল আৰু শেষত নিজকে সামাজিক ৰূপত প্ৰতিষ্ঠা কৰিলে। প্ৰতিথযশা ব্ৰেণ্ডসমূহে সাধাৰণ জনতাৰ সৈতে ছ’চিয়েল মিডিয়াত মস্কৰা কৰি ব্ৰেণ্ডটোক মনত ৰখাৰ দৰে মুহূৰ্ত গঢ়ি তোলাৰ দৃষ্টান্তও দেখা গৈছে। একেধৰণৰ এক কাণ্ডত ইনষ্টাগ্ৰামৰ ইনফ্লুৱেঞ্চাৰ জেৰভান জে বুনশ্বাহে পাৰ্লে ব্ৰেণ্ডটোৱে শ্বেয়াৰ কৰা এটা ছ’চিয়েল মিডিয়া পোষ্টত বিস্কুট পেকেটৰ কভাৰত থকা আইকনিক পাৰ্লে-জী ছোৱালীজনীক সলনি কৰিবলৈ সক্ষম হয়।

পাৰ্লে-জীয়ে জেৰভানৰ পোষ্টটোৰ প্ৰতি সোনকালে সঁহাৰি জনাইছিল আৰু মস্কৰা কৰিছিল। ব্ৰেণ্ডটোৰ অফিচিয়েল হেণ্ডলে মন্তব্যৰ অংশত উল্লেখ কৰি লিখে যে, “বুনশ্বাহ জী, আপুনি আমাক অ’জি বুলি ক’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement