--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চিৰ সেউজ অভিনেতাসকলৰ ভিতৰত অক্ষয় কুমাৰো এজনষ ৫৬  বছৰ বয়সতো অক্ষয় কুমাৰে ধৰি ৰাখিব পাৰিছে ফিটনেছ। ইয়াৰ বাবে তেওঁ নিতৌ বহু প্ৰৰিশ্ৰমো কৰে।  বলীউডৰ অভিনেতা হিচাবে তেওঁ বহুতৰে প্ৰিয়। নিজৰ ফিটনেছ সন্দৰ্ভত  অভিনেতাগৰাকীয়ে  কোনো কথাই গোপনে ৰাখিব বিচৰা নাই।

অক্ষয় কুমাৰে অলপতে হোৱাটছএপ চেনেলত যোগদান কৰিছে আৰু তাতেই তেওঁৰ ব্যায়ামৰ ৰুটিনৰ এক আভাস দিছে। ক্লিপ এটা  শ্বেয়াৰ কৰি তেওঁ লিখিছে, "সুপ্ৰভাত বন্ধুসকল! মই এইমাত্ৰ মোৰ একুৱা ৱৰ্কআউট শেষ কৰিছো। মই কোনো  বিৰূপ প্ৰভাৱ পৰাৰ  আশংকা নথকাকৈ সম্পূৰ্ণ  ব্যায়ামৰ বাবে পানীত ব্যায়াম কৰিবলৈ ভালপাওঁ। মোৰ উশাহ পানীৰ তলত ধৰি ৰখাটো হাঁওফাঁওৰ বাবেও এক উত্তম ব্যায়াম! এতিয়া দিনটোৰ সৈতে যুঁজিবলৈ সাজু হৈছো।  চিয়েৰ্ছ।"

ঠিক আছে, এতিয়া আমি জানো যে তেওঁ 56 বছৰ বয়সতো কেনেদৰে নিজৰ শৰীৰ বজাই ৰাখে।

শেহতীয়া অক্ষয়ে মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউৰ মুক্তিৰ বাবে সাজু হৈছে।  পৰিণীতি চোপ্ৰা অভিনীত এই ছবিখন  ৬ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব।

ইয়াৰ উপৰি তেওঁ ৱেলকাম টু দা জাংগল এ.কে.এ ৱেলকাম ৩, বড়ে মিয়া চোটে মিয়া, হাউচফুল ৫ আৰু সূৰাৰাই পট্ৰুৰ হিন্দী ৰিমেক পাইপলাইনৰ বাবেও ব্যস্ত হৈ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক