--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ এক নম্বৰ অভিনেত্ৰীৰ ভিতৰত অন্যতম কৰীনা কাপুৰ খান। পাঞ্জাবী পৰিয়ালৰ কন্যা। নবাব পৰিয়ালত বিয়া। কৰীনাই অভিনেতা ছৈফ আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ধৰ্মান্তৰিত হব নে নাই সেই বিষয়ে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। যদিও কৰীনাই সদায় কৈ আহিছে যে তেওঁলোকৰ পৰিয়ালে এইবোৰ বিষয়ত আমনি নকৰে। কিন্তু শেহতীয়াকৈ টাইমুৰৰ নেনী (বেবীচিটাৰ) ললিতা ডি চিলভাই প্ৰকাশ কৰিছে পাটাউডি পৰিয়ালৰ ভিতৰৰ কাহিনী।

 

শেহতীয়াকৈ কৰীনাক এটা পডকাষ্ট শ্বত ললিতাই প্ৰশংসা কৰিছিল। কয় যে তেওঁ এগৰাকী মাতৃ হিচাপে তেওঁ কিমান অনুশাসিত। তেওঁৰ দুই পুত্ৰ টাইমুৰ আৰু জেহক গভীৰ মূল্যবোধেৰে ডাঙৰ-দীঘল কৰা হৈছে। ললিতাই কলে, “এগৰাকী আচৰিত মাতৃ, বৰ অনুশাসিত, ছাইফেও লৰা-ছোৱালীক বহুত সময় দিয়ে। অতি সুন্দৰকৈ দুটা সন্তানক ডাঙৰ-দীঘল কৰিছে। কিন্তু কৰীনাই মাক ববিতাৰ দৰে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে। লৰা দুজনক তেওঁ গীত শিকাইছিল। দুজন ল'ৰাৰ সন্মুখত 'এক অংকা'ৰ দৰে জপ কৰিবলৈ কৈছিল।'' ইয়াৰ উপৰিও তেওঁ লগতে কয় যে টাইমুৰ  খ্ৰীষ্টান ধৰ্মৰ প্ৰতিও তেওঁ অতি উৎসাহী।’’

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ