--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাত নিয়োজিত এগৰাকী  কমাণ্ডোৰ পানীত বুৰি শোকাৱহ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে মৃত্যুক সাৱটি লোৱা কমাণ্ডোজনে ছুটী লৈ  নাছিক জিলাৰ তেওঁৰ গাঁৱলৈ গৈছিল।

এছপিজি কমাণ্ডো গণেশ গীতাই তেওঁৰ নিজৰ গাঁঁও  চিন্নাৰ তালুকাৰ মেন্ধিলৈ  গৈছিল। বহুদিনৰ মূৰত ঘৰলৈ যোৱা কামাণ্ডো জনে পত্নী, পুত্ৰ আৰু কন্যাৰ সৈতে সাই বাবা মন্দিৰ  দৰ্শনৰ বাবে শিৰডীলৈ গৈছিল। কিন্তু ঘৰলৈ ওভতাৰ সময়তে  গণেশ গীতাৰ  মটৰচাইকেল খন এটা দ’ খালত পৰি যায়। 

 ফলত কমাণ্ডো গণেশ গীতা , পত্নী আৰু দুই সন্তান পানীত বুৰ যায়। স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ গীতাৰ  পত্নী আৰু পুত্ৰ আৰু শিশু কন্যাক   উদ্ধাৰ কৰে যদিও গণেশ গীতা সন্ধানহীন হৈ পৰে। অৱশেষত কমাণ্ডোজনৰ মৃতদেহ প্ৰায় ২১ ঘণ্টা পিছত উদ্ধাৰ হৈছে। এই ঘটনাই সমগ্ৰ এলেকাটোতে শোকৰ ছাঁ পেলাইছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ