--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ বিষয়ে তেওঁ বিশেষ মতামত প্ৰকাশ নকৰে। অৱশ্যে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ে কয়। ৰণবীৰক তেওঁৰ ৰাজনৈতিক মতামতক লৈ প্ৰশ্ন কৰা হৈছিল। অভিনেতাজনে কয় যে তেওঁ ৰাজনীতিৰ বিষয়ে বিশেষ চিন্তা নকৰে। কিন্তু প্ৰধানমন্ত্ৰীক তেওঁ বৰ ভাল পায়।

 

সাক্ষাৎকাৰত তেওঁ কয় - ‘‘মই ৰাজনীতিৰ বিষয়ে বিশেষ একো নাভাবো। কিন্তু চাৰি-পাঁচ বছৰ আগতে আমি অভিনেতা আৰু পৰিচালকসকলে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ কৰিবলৈ গৈছিলো। টিভিত তেওঁক দেখা পোৱা যায়। বক্তা হিচাপে তেওঁ বহুত ভাল। মনত আছে, আমি বহিলোঁ। সকলোৰে লগত ব্যক্তিগতভাৱে কথা পাতিলে। সেই সময়ত দেউতা চিকিৎসাধীন হৈ আছিল। তেওঁ মোক দেউতাৰ কথা সুধিলে। আলিয়াৰ লগত আন কিবা এটা কথা পাতিলে। আকৌ বিকি কৌশল আৰু কৰণ জোহৰৰ বাবে তেওঁৰ সুকীয়া প্ৰশ্ন আছিল। তেওঁ সকলোৰে লগত ব্যক্তিগতভাৱে কথা পাতিছিল।"

 

ইয়াতেই শেষ নহয়। ৰণবীৰে প্ৰধানমন্ত্ৰীক শ্বাহৰুখ খানৰ সৈতেও তুলনা কৰে। অভিনেতাজনে কয়, ‘এনে উৎসাহ মহান ব্যক্তিৰ মাজত দেখা যায়।  এই উৎসাহ তেওঁলোকৰ মাজত দেখা যায়। শ্বাহৰুখ খানও তেনেকুৱাই। এনে বহু মহান ব্যক্তি আছে। এই আচৰণে বহু কথাই কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ