--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বুটিংস্থলীত আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা। কাহিলীপাৰাৰ অগ্ৰদূত বাতৰি কাকতৰ কাৰ্যালয়ৰ সন্মুখত শ্বুটিং কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় ৰবি শৰ্মা। মহানগৰৰ দিছপুৰৰ GNRC হাস্পতাললৈ নিয়া হয় অভিনেতাজনক। 

বিস্ফোৰণৰ এটা মুহূৰ্তৰ শ্বুটিঙৰ সময়তে মুখমণ্ডলত আঘাত পাইছিল অভিনেতাজনে। লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় অভিনেতাজনক।

‘ৰুদ্ৰ’ নামৰ ছবিখনৰ শ্বুটিত ব্যস্ত আছিল অভিনেতাগৰাকী। 

আঘাতপ্ৰাপ্ত অভিনেতাগৰাকীৰ বৰ্তামান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ল অভিনেতাগৰাকীক। 

পুনৰ কাহিলীপাৰাৰ শ্বুটিঙকৈ ৰাওনা হয় অভিনেতাজন।অনুৰাগী, শুভাকাংক্ষীসকলক বিশেষ চিন্তা নকৰিবলৈ আহ্বান।

শ্ৰীৰঘুপতিৰ পাছত ৰবি শৰ্মা ব্যস্ত আছে ৰুদ্ৰ নামৰ ছবিখনত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ