--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে কাৰোবাৰ নহয় কাৰোবাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়াত প্ৰায়ে বলীউডৰ তাৰকাসকলৰ ছবি ভাইৰেল হয়। নেটিজেনসকলে তেওঁলোকক চিনাক্ত কৰিবলৈ চেষ্টা কৰে। কিন্তু কিছুমান মানুহ এইক্ষেত্ৰত সফল হয় আৰু কিছুমান বিফল হয়। আজি আমি আপোনালোকৰ ওচৰলৈ এগৰাকী জনপ্ৰিয় তাৰকাৰ শৈশৱ কালৰ ছবি লৈ আহিছো। 

আপুনি বাৰু চিনি পাইছেনে.. ভালদৰে চাওকচোন পৰীৰ সাজ পৰিধান কৰি থকা এইগৰাকী মৰমলগা কণমানি বাৰু কোন? এই কণমানিজনী এতিয়া বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰিছে। ফটোখন দেখাৰ পিছত মানুহে বহুত চেষ্টা কৰিছে ছোৱালীজনীক চিনি উলিয়াবলৈ কিন্তু এই প্ৰচেষ্টাত বেছিভাগ মানুহেই ব্যৰ্থ হৈছে। কণমানিজনীয়ে পৰীৰ সাজ পিন্ধি আন বহু ছোৱালীৰ মাজত বহি আছে। আৰু পলম নকৰো, আপোনাৰ ধৈৰ্য্য ভংগ নকৰাকৈয়ে কওঁ যে এই মৰমলগা ছোৱালীজনী আন কোনো নহয়, তেওঁ হৈছে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ।
 তেওঁ দক্ষিণৰ বহুকেইখন জনপ্ৰিয় ছবিত কাম কৰিছে। তাৰপিছত ২০১২ চনত ৰণবীৰ কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ‘বৰফী’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰে। বলীউডতো আছে তেওঁৰ সুকীয়া পৰিচয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুগলত সৰ্বাধিক সন্ধান কৰা বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত ইলিয়ানাও অন্যতম। 

শেহতীয়াকৈ কেটৰিনা কাঈফৰ সৈতে ইলিয়ানা ডি ক্ৰুজৰ কিছুমান ছবিও ভাইৰেল হৈ পৰিছে। মালদ্বীপত কেটৰিনাৰ জন্মদিনৰ সময়তো উপস্থিত আছিল ইলিয়ানা। তাৰ পৰা বিকি কৌশল আৰু কেটৰিনাই ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে বহুতো ডাঙৰ ডাঙৰ ছবি শ্বেয়াৰ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি কেটৰিনা কাঈফৰ ভাতৃ চেবাষ্টিয়ানৰ সৈতে ইলিয়ানা ডি ক্ৰুজৰ সম্পৰ্ক আছে। ইলিয়ানা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় য’ত তেওঁ প্ৰায়ে নিজৰ হট আৰু গ্লেমাৰাছ ফটোৰে অনুৰাগীক আপ্লুত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ