--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন ছাত্ৰ আৰু দুগৰাকী ছাত্ৰীয়ে। সম্পৰ্কত তিনিও ভাই-ভনী। দশম শ্ৰেণীৰ পৰীক্ষা দি ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত তিনিওৱে থিতাতে হেৰুৱালে প্ৰাণ। মধ্য প্ৰদেশত ৰেৱাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।মৃত্যু হোৱা তিনিওজনক তাজ আনছাৰী, ৰাণু আনছাৰী আৰু ইস্মা আনছাৰী বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা অনুসৰি, দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি ঘৰলৈ বাইকেৰে উভতি আহি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে তেওঁলোকক খুন্দিয়ায়।তিনিওজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওচৰৰে হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোৰ পাছত মানুহে পথ অৱৰোধ কৰে।দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহনখনো জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰু পঢ়কঃ আপোনাৰ পাইলচ আছে নেকি? ভুলতো নাখাব এইবোৰ খাদ্য, স্বাস্থ্যৰ হ’ব বিষম পৰিণতি

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন