--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিকত গেমছ ভিলেজক লৈ হোৱা বিতৰ্কই আৰু ডাঙৰ মাত্ৰা লাভ কৰিলে। স্বৰ্ণ বিজয়ী সাঁতোৰবিদ থমাছ চেকনক গৰমৰ আঘাতৰ বাবে স্থানীয় উদ্যান এখনত গছৰ তলত শুই থকা দেখা গৈছিল। ছবিখন ওলোৱাৰ লগে লগে হুলস্থুল আৰম্ভ হ’ল। থমাছে কয় যে গৰমৰ বাবে তেওঁ নিজৰ কোঠাত শুব পৰা নাছিল।

ছৌদি আৰৱৰ নাৱৰীয়া হুছেইন আলিৰেজাই বগা টাৱেল এখন ল’বলৈ গছৰ তলত শুই থকা থমাছৰ ছবি পোষ্ট কৰে। ইটালীৰ এই সাঁতোৰবিদগৰাকীয়ে ১০০ মিটাৰ বেকষ্ট্ৰ’কত সোণৰ পদক লাভ কৰে। ইয়াৰ পিছত তেওঁ অলিম্পিক ভিলেজৰ ঘৰুৱা পৰিৱেশৰ বিষয়ে মুকলিকৈ ক’লে। ক'লে, "বহু খেলুৱৈ ভিলেজৰ পৰা ওলাই গৈছে। মই কোনো অজুহাত দেখুৱাব নিবিচাৰো। কিন্তু এইটোৱেই বাস্তৱ, যিটো হয়তো কোনেও নাজানে। সাধাৰণতে ঘৰত থাকোঁতে দুপৰীয়া শুই কৰো। ইয়াত গৰম আৰু কোলাহলৰ বাবেই হোৱা নাই।”

অলিম্পিকৰ দুটা কেন্দ্ৰ পেৰিছ আৰু চেট’ৰ’ই গৰম বৃদ্ধি কৰিলে। থমাছ অকলশৰীয়া নহয়, বহুতে গেমছ ভিলেজৰ পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ ভিতৰত আছে কোকো গফ, আৰিয়াৰনে টিটমাছ আৰু এছিয়া টুয়াটি। তেওঁলোকক দিয়া ঘৰটো কোনেও ভাল নাপালে। ৪০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক জয় কৰাৰ পিছত টিটমাছে কয় যে তেওঁ ভাল স্থানত থাকিলে বিশ্ব অভিলেখ গঢ়িলেহেঁতেন। এনেধৰণৰ অলিম্পিক গাঁৱত ভাল খেলাটো সঁচাকৈয়ে কঠিন বুলিও কয়।

অলিম্পিকত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ আয়োজকসকলে গেমছ ভিলেজৰ কোনো এটা কোঠাতে এয়াৰ কণ্ডিচনাৰ স্থাপন কৰা নাছিল। যিবোৰ বিচনা তৈয়াৰ কৰা হয় সেইবোৰো পুনঃব্যৱহাৰযোগ্য। কিন্তু শোৱাৰৰ বাবে আদৰ্শ নহয়। ফলত গেমছ ভিলেজৰ পৰিৱেশক লৈ বহু খেলুৱৈয়ে অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় খেলুৱৈসকলৰ বাবে ৪০টা শীততাপ নিয়ন্ত্ৰিত ইউনিটৰ ব্যৱস্থা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু