--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : যিসকল লোকে অধিক তেলীয়া বা টেঙাজাতীয় খাদ্য গ্ৰহণ কৰে, তেওঁলোকৰ গেছ আৰু এচিডিটিৰ সমস্যা হয়। কেতিয়াবা বেছিকৈ চাহ খালেও এই ধৰণৰ সমস্যাৰ সৃষ্টি হয়। কিছুমান লোকে গেছ হোৱাৰ পাছত মূৰ ঘূৰোৱা বা মূৰৰ বিষৰ অভিযোগ কৰে।

 * বেকিং পাউদাৰ আৰু নেমুৰ ৰসে গেছ আৰু এচিডিটি দূৰ কৰিব পাৰে। ইয়াৰ বাবে এচামুচ নেমুৰ ৰস আৰু আধা চামুচ বেকিং পাউদাৰ একাপ পানীত মিহলাই খাব লাগে। ইয়াৰ দ্বাৰা অতি সোনকালে সকাহ পাব।

 * যদি গেছৰ সমস্যা বাঢ়ি যায়, তেন্তে ইয়াৰ বাবে আজোৱাইন খাব পাৰে। আধা আজোৱাইন পিহি ৰুচি অনুসৰি ক’লা নিমখ মিহলাই পানীৰ লগত খাব পাৰে। ইয়াৰ দ্বাৰা তৎক্ষণাত সকাহ পাব।

 * গেছৰ সমস্যাত জিৰা ঔষধতকৈ কম নহয়, ইয়াৰ বাবে আপুনি এচামুচ গোটা জিৰা লৈ ২কাপ পানীত মিহলাই ১৫ মিনিটমান উতলাই লওক। শেষত পানীখিনি ঠাণ্ডা হোৱাৰ পাছত সেৱন কৰক। ইয়াৰ দ্বাৰা অতি সোনকালে সকাহ পাব।

 * গেছ থাকিলে আদা সেৱন কৰিব পাৰে, ই ৰোগৰ নিৰাময়ৰ দৰে কাম কৰে। আপুনি ইয়াক বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে, যেনে-আদাৰ চাহ বা কটা আদা একাপ পানীত দি উতলাই লৈ যেতিয়া পানী অলপ কুহুমীয়া হ’ব তেতিয়াই খাব পাৰে।

 * গেছৰ সমস্যাই মানুহক বহুত সমস্যা কৰে, ইয়াৰ বাবে আপুনি আধা চামুচ হিং লৈ কুহুমীয়া পানীত মিহলাই সেৱন কৰিলে পেটত গেছ নোহোৱা হ’ব আৰু মূৰত বিষ উপশম পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক