--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বতৰৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ খাদ্যভ্যাসো সলনি হয়। কিন্তু বাৰিষাৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ’ব লাগে। সেয়েহে বাৰিষা কালত এনেবোৰ খাদ্য পৰিহাৰ কৰা উচিত জানো আহক।

১. দৈ:-বিশেষজ্ঞসকলৰ মতে বাৰিষা কালত যিমান পাৰি দৈ সেৱন পৰিহাৰ কৰা উচিত। কাৰণ দৈত থকা বেক্টেৰিয়াই এনে বতৰত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

২. ভজা খাদ্য:-বাৰিষাত ভজা খাদ্য খোৱাটো পৰিহাৰ কৰিব লাগে। এই বতৰত ভজা খাদ্য সোনকালে হজম নহয়, যাৰ বাবে আপোনাৰ শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগতে টেঙা খাদ্যও যিমান পাৰি কমকৈ গ্ৰহণ কৰিব লাগে।

৩. সেউজীয়া শাক-পাচলি:-বাৰিষা কালত সেউজীয়া শাক-পাচলি খোৱাৰ পৰা বিৰত থকা উচিত। বিশেষজ্ঞসকলৰ মতে বাৰিষাৰ সময়ত এই শাক-পাচলিত পোক-পৰুৱাৰ থকা আশংকা থাকে।

৪. আমিষ খাদ্য:-যিসকল লোকে আমিষ খাদ্য গ্ৰহণ কৰে সেই সকলো এনে বতৰত সাৱধান থকা উচিত। এনে বিশেষজ্ঞৰ মতে বাৰিষাৰ সময়ত মানুহৰ পাচনতন্ত্ৰ দুৰ্বল হৈ থাকে আৰু আমিষ খাদ্য হজম কৰিবলৈ পাচনতন্ত্ৰ শক্তিশালী হ’ব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস