--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিজেপি নেতা দেৱৰাজ গৌড়াক প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌডাৰ নাতি নিলম্বিত জেডিএছৰ সাংসদ প্ৰজল ৰেভান্নাৰ ‘যৌন নিৰ্যাতন’ ভিডিঅ’ৰ সৈতে জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে নিশা গোচৰৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলে দেৱৰাজক গ্ৰেপ্তাৰ কৰে বুলি প্ৰশাসনে জনায়।

এছ আই টিৰ তথ্য অনুসৰি দেৱৰাজৰ বিৰুদ্ধে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এপ্ৰিলৰ শেষৰ ফালে কৰ্ণাটকৰ হাছান জিলাৰ বিজেপি নেতা দেৱৰাজে প্ৰজালৰ যৌন নিৰ্যাতনৰ ১৩০০ ভিডিঅ’ থকা পেন ড্ৰাইভ ৰাজহুৱা কৰিছিল। তেওঁ অভিযোগ কৰে যে বিগত পাঁচ বছৰ ধৰি হাছানৰ সাংসদ প্ৰজালে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল।

প্ৰসংগক্ৰমে কৰ্ণাটকত এতিয়া জেডিএছ বিজেপিৰ মিত্ৰ। ফলত কংগ্ৰেছে পদ্ম শিবিৰৰ লগতে দেৱেগৌড়া পৰিয়ালকো লক্ষ্য কৰি লৈছে। সেই ৰাজ্যত প্ৰচাৰ চলাওঁতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰিছিল যে মোডী চৰকাৰে প্ৰজালক বহিঃৰাজ্যলৈ পলায়ন কৰিবলৈ অনুমতি দিছে। লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোডীৰ মঞ্চত প্ৰজৱালৰ উপস্থিতিত জিবেই লৈছিল ৰাহুল গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ