--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূ্ৰ্বৰ চৰকাৰে পঞ্জাবক ৩ লাখ কোটি টকাৰ ধৰুৱা কৰি থৈ গৈছে। আজি এই অভিযোগ কৰিছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। আম আদমী পাৰ্টী চৰকাৰে এই ধনৰাশি ক’ত খৰচ কৰা হৈছিল সেয়া অনুসন্ধান কৰিব বুলি প্ৰকাশ কৰি সেয়া আহৰণৰ চেষ্টা কৰিব বুলিও মন্তব্য কৰে। 

মুখ্যমন্ত্ৰীৰ এটা মন্তব্যৰ উদ্ধৃতি দি আপৰ পঞ্জাব গোটে কৰা এটা টুইটত লিখিছে যে, ‘পূৰ্বৰ চৰকাৰে পঞ্জাবৰ ওপৰত ৩ লাখ কোটি টকাৰ ধাৰ এৰি থৈ গৈছে। কিন্তু এই ধন ৰাশি ক’ত খৰচ কৰা হৈছে? আমি ইয়াৰ তদন্ত কৰিম আৰু উদ্ধাৰৰ ব্যৱ্স্থা কৰিম। কিয়নো এয়া জনগণৰ ধন।’

উল্লেখ্য যে, পঞ্জাব বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰা আম আদমী পাৰ্টীয়ে পূৰ্বৰ চৰকাৰবোৰে পঞ্জাবক ঋণত পোত নিওঁৱা বুলি অভিযোগ কৰি আহিছিল। জ্যেষ্ঠ আপ নেতা ৰাঘৱ চাধাই পূ্ৰ্বৰ আাকালি-বিজেপি আৰু কংগ্ৰছ চৰকাৰ দুখনক পঞ্জাবৰ ধৰুৱা অৱস্থাৰ বাবে জগৰীয়া কৰিছিল। পঞ্জাবত জন্মলাভ কৰা একোটি শিশুৱে জন্মতে মূৰত এক লাখ টকাৰ ধাৰ লৈ আহে বুলিও অভিযোগ কৰিছিল নেতাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ