--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা পোহনীয়া কুকুৰৰ কাণ্ড দেখি মূৰে-কপালে হাত দিছে গৰাকীয়ে। কুকুৰটোৱে খাই পেলালে নগদ চাৰি হাজাৰ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই সংখ্যা  প্ৰায় ৩ লাখ ৩৩ হাজাৰ টকা।

এই ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। এক দম্পতীৰ সন্মুখতে তেওঁলোকৰ মৰমৰ পোহনীয়া কুকুৰটোৱে তেওঁলোকৰ ৪ হাজাৰ ডলাৰ চোবাই খাইছিল।

৩৩ বছৰীয়া কেৰী ল’ৱে কয় যে তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে পাকঘৰৰ কাউণ্টাৰত থকা ধনখিনিৰ ওপৰত জপিয়াই পৰিছিল। তাৰ পিছত টকাবোৰ চোবাই খাবলৈ ধৰে। বিশেষ প্ৰয়োজনৰ বাবে বেংকৰ পৰা টকাখিনি আনি পাকঘৰৰ কাউণ্টাৰত ৰাখিছিল কুকুৰটোৰ গৰাকীয়ে।

গৰাকীয়ে কুকুৰটোৰ মুখৰ পৰা টকাখিনি টানি টানি উলিয়াই আনিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। তেওঁলোকে গভীৰ চিন্তাত পৰি যায়। জানিব পৰা মতে, বেংকে ফাটি যোৱা নোটৰ ছিৰিয়েল নম্বৰ চাই সেইবোৰ সলনি কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ