--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পোলেণ্ড-গ্ৰীচৰ বিমানত কালি সৃষ্টি হৈছিল বোমাতংকৰ৷ জাৰি কৰা হৈছিল তীব্ৰ সতৰ্কতা৷ ১৯০তকৈও অধিক যাত্ৰী আছিল বিমানখনত৷ 

সংবাদ সংস্থা এএফপিৰ বাতৰি অনুসৰি বোমাৰ ভাবুকিৰ পাছত গ্ৰীক আৰক্ষীয়ে দেওবাৰে কৈছিল যে তেওঁলোকে পোলেণ্ডৰ পৰা ৰিয়ানাৰ বিমানত কোনো বিস্ফোৰক পোৱা নাই।
যাত্ৰী আৰু বিমানখনৰ তালাচীত সন্দেহজনক একো পোৱা নাছিল বুলি আৰক্ষীয়ে এক বিবৃতিত সদৰী কৰে।

গ্ৰীচৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক সূত্ৰই কালি সদৰী কৰিছে বোমাতংকৰ তথ্য৷ বোমাৰ ভাবুকিৰ পাছত গ্ৰীক যুদ্ধ বিমানবোৰে ১৯০জনৰো অধিক লোকৰ সৈতে বিমানখন কঢ়িয়াই নিবলৈ ‘স্ক্ৰেম্বল’ কৰিছিল। পৰৱৰ্তী সময়ত বিমানখন এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে আৰু পৰ্যবেক্ষণৰ অন্তত গম পোৱা গ’ল যে তাত কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ