--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখ্য যে বিগত সময়ছোৱাত অৰুণোদয় আঁচনিত নাম থকা মহিলাইও পোৱা নাই অৰুণোদয় আঁচনিৰ ধন

ডিজিটেল ডেস্ক : অসম চৰকাৰে দৰিদ্ৰ মহিলাৰ বাবে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ পৰা এইবাৰ বাদ পৰিছে শ শ মহিলা ৷ বাক্সৰ বাৰাপেটা ভিচিডিচিৰ অন্তৰ্গত কেবাটাও বুথত অৰুণোদয়ৰ পৰা বাদ পৰিছে এই মহিলা সকল ৷ 


ৰাজপথলৈ ওলাই আহি জনালে তীব্ৰ প্ৰতিক্ৰিয়া ৷ উল্লেখ্য যে বিগত সময়ছোৱাত অৰুণোদয় আঁচনিত নাম থকা মহিলাইও পোৱা নাই অৰুণোদয় আঁচনিৰ ধন ৷ মহিলা সকলে কৰা অভিযোগ মতে ভিচিডিচিৰ সদস্যৰ স্বজন-তোষণ আৰু গাফিলতিৰ বাবে আঁচনিৰ বাদ পৰিবলগীয়া হৈছে দৰিদ্ৰ মহিলা সকলে ৷ 


আজি একাংশ মহিলা ভিচিডিচিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হয় ৷ ৰাজপথলৈ ওলাই অহা শতাধিক অৰুণোদয় বঞ্চিত মহিলা সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই আৰু এই বঞ্চিত মহিলা সকলক উক্ত আঁচনিত শীঘ্ৰেই অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ