--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাটিলে আৰু অভিযোগ কৰে যে শিশুৰ পৰিপুষ্টিৰ বাবে যোগান ধৰা ধন ছান কঢ়া হৈছে আৰু নিৰ্বাচন সংক্রান্তীয় খৰচত ব্যৱহাৰ কৰা হৈছে।

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনিত ১,৮০০ কোটি টকাৰ কেলেংকাৰি হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱ সেনা (ইউ বি টি)ৰ বিধায়ক কৈলাস পাটিলে। 


এটা বিবৃতিত তেওঁ দাবী কৰে যে নিবিদা প্রক্রিয়াত প্রতি কিল'গ্রামত ১৩৪ টকাকৈ সেউজীয়া মটৰ মাহ দিয়াটো বাধ্যতামূলক আছিল যদিও বিদ্যালয়বোৰক প্ৰকৃততে বগা মটৰ মাহ দিয়া হৈছে, যিবোৰৰ প্ৰতি কিল'গ্রামত দাম ৩০ টকা মান। পাটিলৰ মতে, এই দুর্নীতি সমগ্র ৰাজ্যৰ বিদ্যালয়ত মুকলিভারে চলি আছে। তেওঁ নথি-পত্র দেখুৱাই কয় যে বিভাগীয়ভাৱে প্রতি কিল 'গ্রামত ১৩৪ টকাকৈ সেউজীয়া মটৰ মাহত অভিযোগ মতে, যোগানকাৰী সকলে কম মূল্যৰ বগা মটৰ মাহ যোগান ধৰিছে, কিন্তু চৰকাৰৰ বিল দিওঁতে উচ্চ হাৰত দিছে। 


পাটিলে আৰু অভিযোগ কৰে যে শিশুৰ পৰিপুষ্টিৰ বাবে যোগান ধৰা ধন ছান কঢ়া হৈছে আৰু নিৰ্বাচন সংক্রান্তীয় খৰচত ব্যৱহাৰ কৰা হৈছে। সমগ্র বিষয়ত তেওঁ পুংখানুপুংখ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ