--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপাশা বসুৰ কন্যা দেৱীক গুলপীয়া বেলুন উপহাৰ দিলে ছোনম কাপুৰৰ পুত্ৰ বায়ুৱে। ইনষ্টাগ্ৰামযোগে এই কথা প্ৰকাশ কৰিছে বিপাশা বসুৱে।

বিপাশা বসু আৰু কৰণ সিংৰ নৱজাত কন্যাৰ বাবে ছোনম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাই চেনেহৰ এটা উপহাৰ প্ৰদান কৰিছে। এটা সৰু বাস্কেটৰ ভিতৰত উপহাৰসমূহ ৰখা হৈছে। উপহাৰসমূহৰ স’তে আছে কেইবাটাও গুলপীয়া বেলুন।




প্ৰেৰকৰ তালিকাত ছোনম কাপুৰ আৰু আনন্দ আহুজাৰ স’তে তেওঁলোকৰ সন্তান বায়ুৰ নামো লিখা আছে। শুভেচ্ছাবাৰ্তাটোত লিখা আছে- “প্ৰিয় বিপ্চ আৰু কৰণ, কন্যাসন্তানৰ অভিভাৱক হোৱাৰ বাবে তোমালোকলৈ অনেক শুভেচ্ছা। সন্তান আৰ্শীবাদৰ দৰে। আমি জানো, দেৱীয়ে তোমালোকৰ জীৱন ভৰাই পেলাইছে।– ছোনম, আনন্দ আৰু বায়ু।”

উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত কন্যাসন্তান জন্ম দিছিল বিপাশাই। বিপাশাই কন্যাসন্তানৰ নাম ইতিমধ্যে দেৱী ৰাখিছে। আনহাতে, চলিত বৰ্ষৰ আগষ্টত ছোনম কাপুৰৰ পুত্ৰ বায়ুৰ জন্ম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক