--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ শৰীৰৰ বাবে পানী অতি প্ৰয়োজন। প্ৰচুৰ পৰিমাণে পানী খালে প্ৰস্ৰাৱৰ জৰিয়তে সকলো দূষিত পদাৰ্থ আমাৰ শৰীৰ পৰা প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হয়। কিন্তু বহু সময়ত দেখা যায় যে প্ৰস্ৰাৱ কৰোতে প্ৰবল জ্বলা-পোৰা হয়। এই সমস্যাক ডিছুৰিয়া বোলে। ডিছুৰিয়াত আক্ৰান্ত লোকসকলে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা লগতে বিষ অনুভৱ কৰে। এই সমস্যা দূৰ কৰিবলৈ আপুনি বহু ধৰণৰ আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিব পাৰে। আহকচোন এই ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো-

 ১. নেমুপানীঃ-প্ৰস্ৰাৱত জ্বলা-পোৰা হ’লে নেমুৰ পানী সেৱন কৰিব লাগে। পুৱা খালী পেটত নিয়মিতভাৱে এগিলাচ গৰম পানী আৰু নেমু খাব লাগে। কুহুমীয়া পানীত এটা নেমু চেপি লৈ তাত অলপমান মৌ মিহলাই খালে প্ৰস্ৰাৱ জ্বলা উপকৃত হ’ব।

 ২. পানী-প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা বা বিষ অনুভৱ কৰিলে অধিক পানী খাব লাগে। আচলতে শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱত জ্বলা-পোৰা আৰু বিষ হ’ব পাৰে। এনে অৱস্থাত দিনটোৰ ভিতৰত কমেও ১০ৰ পৰা ১২ গিলাচ পানী খাব লাগে।

 ৩. তিঁয়হৰ ৰসঃ -তিঁয়হ অতি ঠাণ্ডা হোৱাৰ লগতে ইয়াৰ ৯৫ শতাংশ পানী থাকে। একাপ তিঁয়ৰ ৰসত ৰসত ১ চামুচ মৌ আৰু নেমু মিহলাই দিব পাৰে। সেয়েহে তিঁয়হে শৰীৰক শীতল কৰি ৰখাৰ লগতে প্ৰস্ৰাৱ জ্বলা-পোৰাত সুফল পোৱা যায়। ইয়াৰ দ্বাৰা শৰীৰত পানীৰ অভাৱ দূৰ কৰিব পৰা যায়।

 ৪. নাৰিকল পানীঃ-প্ৰস্ৰাৱত বিষ আৰু জ্বলা-পোৰা অনুভৱ কৰিলে নাৰিকলৰ পানী অতি উপকাৰী। নাৰিকলৰ পানী অতি ঠাণ্ডা হয় প্ৰস্ৰাৱ জ্বলা-পোৰাৰ অনুভূতি হ্ৰাস ফলপ্ৰসূ হোৱাৰ লগতে শৰীৰত পানীৰ অভাৱ দূৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ