--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত সোমাই পৰিছে ভাৰতীয় উদ্যোগী অশ্বনীৰ গ্ৰোভাৰ৷কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাৰ অধীনত ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে ইন্দোৰৰ স্থান “ক্ৰয়” বুলি মন্তব্য কৰাৰ পিছত সোমবাৰে ভাৰত পেৰ সহ-প্ৰতিষ্ঠাপক অশ্বনীৰ গ্ৰোভাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হয়। এই গোচৰ ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰা (মানহানি আৰু ইয়াৰ শাস্তি)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

ইপিনে গ্ৰোভাৰে স্পষ্ট কৰি দিছে যে তেওঁ মাত্ৰ বুজাইছিল যে ইন্দোৰত বহুত নিৰ্মাণৰ কাম চলি আছে য’ত লেতেৰা আছে, আৰু তেওঁ কোৱা নাছিল যে চহৰখনৰ গোটেইখিনিতে লেতেৰা আছে।ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইন্দোৰৰ মেয়ৰ পূষ্যমিত্ৰ ভাৰ্গৱে সংবাদ সংস্থা পিটিআইক কয় যে অশ্বনীৰ গ্ৰোভাৰৰ এই বক্তব্য “পৰিস্কাৰ কৰাৰ বাবে চহৰখনৰ জনসাধাৰণ আৰু স্বচ্ছতাৰ কামত নিয়োজিত অনাময় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ অপমান”।উল্লেখ্য যে কেন্দ্ৰৰ স্বচ্ছ সুৰক্ষা বঁটাৰ অধীনত একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ স্বচ্ছ চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মধ্যপ্ৰদেশৰ ইন্দোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা