--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু- কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।ভাৰতীয় সেনাৰ এখনি হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মঙলবাৰে প্ৰাণ হেৰুৱাইছে দুগৰাকী পাইলটে।জম্মুস্থিত প্ৰতিৰক্ষা মুখপাত্ৰই জনায় যে পাটনিটপ অঞ্চলত প্ৰশিক্ষণ চলি থকাৰ কালতে উক্ত হেলিকপ্টাৰখন উধমপুৰ জিলাৰ গড় ধৰ অঞ্চলত দুৰ্ঘটনাত পতিত হয়।

সামৰিক বাহিনীৰ এগৰাকী বিষয়াই আগবঢ়োৱা তথ্য অনুসৰি দুৰ্ঘটনাটো মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা ১০.৪৫ বজাৰ ভিতৰত সংঘটিত হৈছিল।নদাৰ্ণ কমাণ্ডৰ এগৰাকী মুখপাত্ৰই সোনকালেই এই সম্পৰ্কে সবিশেষ জনাই আনুষ্ঠানিক বিবৃতি জাৰি কৰা হ'ব বুলি জনাইছে।

দুৰ্ঘটনাৰ সবিশেষ বিচাৰি এতিয়াও অনুসন্ধান চলি আছে বুলি সেনাৰ শীৰ্ষ সূত্ৰত প্ৰকাশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ