--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম চিকাৰ ধৰিলে  আফ্ৰিকাৰ পৰা অনা চিতাবাঘকেইটাই। আফ্ৰিকাৰ নামিবিয়াৰ পৰা অনা চিতাবাঘকেইটাৰ মাজৰ পৰা ২টা চিতাক শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত এৰি দিয়া হৈছিল।

এৰাৰ ২৪ ঘণ্টাৰ পাছতে চিকাৰ ধৰিলে বাঘদুটাই। জানিব পৰামতে, চিতা দুটাই এটা হৰিণ ধৰিবলৈ সক্ষম হৈছে। দেওবাৰ সন্দিয়া ৬টাৰ পৰা সোমবাৰ ৰাতিপুৱাৰ মাজভাগতে হৰিণটো চিকাৰ কৰে সিহঁতে।

বাঘ দুটাৰ নামো জানিব পৰা গৈছে। নামকেইটা ক্ৰমে- ফ্ৰেডী আৰু এল্টন। নামিবিয়াৰ পৰা অনাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় ৫০ দিন ৰখা হৈছিল সিহঁতক।

শনিবাৰে সন্ধ্যাই তাৰ মাজৰে দুটা বাঘক অৰণ্যত এৰি দিয়া হয়। তাৰপাছতে চিকাৰত সফল হোৱাৰ সংবাদ আহে। বাঘ দুটাৰ এই দক্ষমতাক লৈ বনকৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।

বন কৰ্তৃপক্ষই কয় যে বাকী থকা পাঁচটা চিতাকো অতি সোনকালে এৰি দিয়া হ’ব। ইয়াৰোপৰি নামিবিয়া অথবা দক্ষিণ আফ্ৰিকাৰ পৰা ভৱিষ্যতেই অধিক চিতা বাঘ অনা বুলি জানিব পৰা গৈছে।

 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement