--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একে গৰ্ভতে দুটা সন্তান আছে, কিন্তু যমজ সন্তান নহয়। বিশ্বাস কৰিব নোৱাৰা কিন্তু সঁচা ঘটনা! প্ৰথম সন্তান জন্ম দিয়াৰ ছমাহৰ ভিতৰতে এগৰাকী যুৱতীয়ে দ্বিতীয় সন্তান জন্ম দিয়ে। সেই ঘটনা সম্প্রতি ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে৷

এক প্ৰতিবেদন অনুসৰি পেছাত হেয়াৰ ষ্টাইলিষ্ট জেচিকা কেলিফৰ্ণিয়াৰ বাসিন্দা। জেচিকাই কয় যে প্ৰথমবাৰৰ বাবে গৰ্ভৱতী অৱস্থাত সংগমৰ ফলত তেওঁৰ দ্বিতীয় সন্তান জন্ম হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘ছুপাৰফিটেচন’ বুলি কোৱা হয়। চিকিৎসকৰ মতে এই অৱস্থা বিৰল যদিও অবৈজ্ঞানিক নহয়। গৰ্ভৱতী অৱস্থাত পুনৰ গৰ্ভধাৰণ সম্ভৱ। ‘ছুপাৰফিট’ ভ্ৰুণ আচলতে যমজ সন্তান। একেটা জৰায়ুৰ ভিতৰত থকা দুটা ভ্ৰুণৰ বৃদ্ধি বা প্ৰসৱৰ সময় বেলেগ বেলেগ। জেচিকাৰ জন্মৰ মাজত ছমাহৰ ব্যৱধান আছিল। কিন্তু কেইবা সপ্তাহৰ ব্যৱধানত প্ৰসৱ হোৱাৰ দৃষ্টান্তও দেখা যায়।

জেচিকাই ক’লে, এই কথা বহু মাতৃৰ বাবে স্পষ্ট নহয়। বহু সময়ত মাতৃয়ে গৰ্ভত যমজ সন্তান আছে বুলি গম নাপায়। কিছুমান পৰীক্ষা অবিহনে বুজিব পৰা নাযায়। এতিয়ালৈকে আমেৰিকাত ‘ছুপাৰফিটেচন’ৰ দহটা ঘটনা সংঘটিত হৈছে। জেচিকা একাদশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ