--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰক লৈ সৰৱ হৈ পৰিল জয়া বচ্চন। অতি চৰ্চিত শেহতীয়া এটা ভাইৰেল ভিডিঅ’ৰ প্ৰতিক্ৰিয়াস্বৰূপেই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ।

ANIক জয়া বচ্চনে কয়, ''মোৰ বৰ বেয়া লাগিল, গোটেই ভিডিঅ’টো চাব পৰা নাছিলো। মোৰ লাজ লাগিল। মে’ মাহত এইটো হৈছিল কিন্তু এতিয়া ভাইৰেল হৈ পৰিছে। কিন্তু, কোনেও সহানুভূতিৰে এটা শব্দও কোৱা নাই। এইটো মহিলাৰ সুৰক্ষাৰ বিষয়। কিন্তু এনেকুৱা কথা কোৱা হয় যে আমি এটা পেনেলৰ বাবে ৫০ শতাংশ মহিলাক বাছি লৈছো।”

জয়া বচ্চনে লগতে কয়, “হাথী কে দাত হায়। বৰ হতাশাজনক৷ প্ৰতিদিনে নাৰীৰ লগত কিবা নহয় কিবা এটা ঘটি আছে। ইউ পিত আমি তাত কি হয় জানিব নাপাওঁ, যোগী আদিত্যনাথ জীয়ে কেতিয়াও খুলি ভাঙি নকয়। সমগ্ৰ দেশতে মহিলাৰ লগত কি হৈ আছে? এয়া অপমান। বৰ দুখৰ কথা।”

উল্লেখ্য যে মণিপুৰৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে অক্ষয় কুমাৰ, কিয়াৰা আদৱানীকে ধৰি বলিউডৰ বহু তাৰকাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস