--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাভি হ’ল শৰীৰৰ এনে এটা অংশ যাৰ স্নায়ু শৰীৰৰ বহু অংশৰ লগত সংযুক্ত হৈ থাকে। গতিকে আপোনাৰ নাভিৰ লগতে পাচতন্ত্ৰও সুস্থ হৈ থকাৰ উপৰি বহু সমস্যাৰ পৰা ৰক্ষা পাব পাৰে। ই ওজন কমোৱাতো সহায় কৰে, সেয়েহে নাভিত তেল লগালে কি কি লাভালাভ হয় জানো আহক।

১. নাৰিকল বা আলমণ্ডৰ তেল-

যদি আপুনি প্ৰতি নিশা শোৱাৰ আগতে নাভিত দুটোপাল নাৰিকল বা আলমণ্ড তেল দিয়ে, তেন্তে ই আপোনাৰ ছালৰ উজ্বলতা দুগুণে বৃদ্ধি কৰে।

২. অলিভ তেলঃ-যদি আপুনি প্ৰতি নিশা শোৱাৰ আগতে নাভিত দুটোপাল অলিভ অইল দিয়ে, তেন্তে ই আপোনাক ওজন হ্ৰাস কৰাৰ লগতে কঁকালৰ বিষ আৰু পেটৰ লগত জড়িত সমস্যাৰ পৰাও সকাহ দিয়ে।

৩. সৰিয়হৰ তেলঃ-শোৱাৰ আগতে যদি প্ৰতিদিনে নাভিত ২-৩ টোপাল সৰিয়হৰ তেল লগায়, তেন্তে ই আপোনাৰ ফটা ওঁঠ আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ লগতে ই আপোনাক মূৰৰ বিষ আৰু চুলি বৃদ্ধিতো সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ