--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে পাকিস্তান ঘৰলৈ গুচি গৈছে। আনহাতে, বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত। ৱানখেদেত অনুষ্ঠিত ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ টছত জয়লাভ কৰে ৰোহিত শৰ্মাই।

এইবাৰ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছিকন্দৰ বাখটে এই টছিংক লৈ প্ৰশ্ন উত্থাপন কৰে। বিচিচিআই আৰু আইচিচিৰ গোপন বুজাবুজিৰ অভিযোগ তেওঁ।

টেলিভিছনৰ এটা অনুষ্ঠানত চিকান্দৰে কয়- ‘‘মোৰ এটা প্ৰশ্ন আছে। বাকী সকলো দলৰ অধিনায়ক আৰু ৰোহিতৰ টছিঙৰ মাজত পাৰ্থক্য আছে। আন কেপ্তেইনে টছৰ সময়ত কইনটো বেছি ওপৰলৈ টছ নকৰে। কিন্তু ৰোহিতে খুব ওপৰলৈ কইন নিক্ষেপ কৰা দেখিব। ফলত কইনটো বহু দূৰলৈ সৰি পৰে। বিপক্ষৰ অধিনায়ক য'ত থিয় হৈ থাকে তাৰ পৰা হেড নে টেইল সেইটো ক'ব পৰা নাযায়৷’’

ছিকন্দৰ ইয়াতেই ৰৈ নাথাকিল। তেওঁ লগতে অভিযোগ কৰে যে, "টছৰ পিছত মেচৰ ৰেফাৰীয়ে কয় সেয়া হেড হওক বা টেইল। প্ৰতিখন গুৰুত্বপূৰ্ণ মেচতে টছত জয়ী হৈ আছে ৰোহিতে। কিন্তু বিশ্বকাপৰ পূৰ্বে তেওঁ জয়ী হোৱা নাছিল। এই বিষয়ত তদন্ত হ’ব লাগে। বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত টছৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। কোনো দলক অতিৰিক্ত সুবিধা দিয়া উচিত নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক