--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে পাকিস্তান ঘৰলৈ গুচি গৈছে। আনহাতে, বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত। ৱানখেদেত অনুষ্ঠিত ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ টছত জয়লাভ কৰে ৰোহিত শৰ্মাই।

এইবাৰ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছিকন্দৰ বাখটে এই টছিংক লৈ প্ৰশ্ন উত্থাপন কৰে। বিচিচিআই আৰু আইচিচিৰ গোপন বুজাবুজিৰ অভিযোগ তেওঁ।

টেলিভিছনৰ এটা অনুষ্ঠানত চিকান্দৰে কয়- ‘‘মোৰ এটা প্ৰশ্ন আছে। বাকী সকলো দলৰ অধিনায়ক আৰু ৰোহিতৰ টছিঙৰ মাজত পাৰ্থক্য আছে। আন কেপ্তেইনে টছৰ সময়ত কইনটো বেছি ওপৰলৈ টছ নকৰে। কিন্তু ৰোহিতে খুব ওপৰলৈ কইন নিক্ষেপ কৰা দেখিব। ফলত কইনটো বহু দূৰলৈ সৰি পৰে। বিপক্ষৰ অধিনায়ক য'ত থিয় হৈ থাকে তাৰ পৰা হেড নে টেইল সেইটো ক'ব পৰা নাযায়৷’’

ছিকন্দৰ ইয়াতেই ৰৈ নাথাকিল। তেওঁ লগতে অভিযোগ কৰে যে, "টছৰ পিছত মেচৰ ৰেফাৰীয়ে কয় সেয়া হেড হওক বা টেইল। প্ৰতিখন গুৰুত্বপূৰ্ণ মেচতে টছত জয়ী হৈ আছে ৰোহিতে। কিন্তু বিশ্বকাপৰ পূৰ্বে তেওঁ জয়ী হোৱা নাছিল। এই বিষয়ত তদন্ত হ’ব লাগে। বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত টছৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। কোনো দলক অতিৰিক্ত সুবিধা দিয়া উচিত নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ