--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰে। ফাইনেললৈ যোৱাৰ পথত ভাৰতীয় ক্ৰিকেটাৰসকলে মুঠ ১৫টা নজিৰ গঢ়ি তুলিছে। ইয়াৰে ভিতৰত বেছি সংখ্যকেই মহম্মদ ছামী আৰু বিৰাট কোহলীৰ৷ কিন্তু ৰোহিত শৰ্মাকে ধৰি আন কিছু তাৰকাইও অভিলেখে গঢ়িলে। ব্যক্তিগত অভিলেখৰ লগতে দলীয় অভিলেখো আছে।

বিশ্বকাপত একেৰাহে ১০খন খেলত জয়লাভ কৰা ভাৰতে বিশ্বকাপৰ ইতিহাসত একেৰাহে সৰ্বাধিক ফলাফল। ৰোহিতে একেৰাহে ১০ খন বিশ্বকাপ মেচত জয়ী হোৱা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

বিশ্বকাপত সৰ্বাধিক ছয় অৰ্জন কৰিছে ৰোহিত শৰ্মাই। তেওঁ ৫০টা ছয় কৰি ক্ৰীছ গেইল (৪৯)ক অতিক্ৰম কৰে।

বিশ্বকাপত সৰ্বাধিক বেগেৰে ১৫০০ ৰান সংগ্ৰহ কৰে ৰোহিতে। মাত্ৰ ২৭ ইনিংছতে তেওঁ এই কৃতিত্ব কৰিছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে শ্ৰেয়াছ আয়াৰে আঠটা ছয় কৰে। বিশ্বকাপৰ এখন খেলত ভাৰতীয় বেটছমেনৰ হাতত সৰ্বাধিক ছয় মাৰিছে। ৰাহুল দ্ৰাবিড় আৰু ৰোহিতৰ পিছত একেৰাহে দুখন মেচত শতক অৰ্জন কৰা শ্ৰেয়াছে তৃতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে ৩৯৭ ৰান সংগ্ৰহ কৰে, যিটো বিশ্বকাপৰ নক আউটত যিকোনো দলৰ সৰ্বাধিক ইনিংছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক