--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ইডিৰ কাৰ্যালয়ত উপস্থিত হয় বলীউড অভিনেতা ৰণবীৰ সিং৷ মহাদেৱৰী অনলাইন গেমিং এপৰ ​​ধন সৰবৰাহৰ গোচৰত ৰণবীৰ কাপুৰৰ নাম সন্নিৱিষ্ট হৈ পৰিছিল। কোৱা হৈছিল যে অনলাইন গেমিং এপ গোচৰৰ অভিযুক্ত সৌৰভ চন্দ্ৰকাৰৰ বিয়াত অভিনেতাজন উপস্থিত আছিল।ৰণবীৰৰ বিৰুদ্ধে হাৱালাৰ জৰিয়তে বহু চেলিব্ৰিটীক ধন দিয়াৰ অভিযোগ। ইডিয়ে এই বিষয়ত সোধা-পোছাৰ বাবে ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছিল, যাৰ উত্তৰ মেইল ​​কৰিছে অভিনেতাগৰাকীয়ে।

মহাদেৱৰ অনলাইন গেমিং এপৰ ​​ধন সৰবৰাহৰ গোচৰত ইডিৰ পৰা দুসপ্তাহৰ সময় বিচাৰিছে ৰণবীৰে। ইডিয়ে শুকুৰবাৰে পুৱা ১০ বজাত হাজিৰ হ’বলৈ ৰণবীৰ কাপুৰক।ৰণবীৰ কাপুৰে ইডিলৈ মেইল ​​লিখি দুসপ্তাহৰ সময় বিচাৰিছে। ইয়াৰ আঁৰত অভিনেতাগৰাকীয়ে ব্যক্তিগত পাৰিবাৰিক কাৰণ আৰু পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মহাদেৱ বুক এপৰ প্ৰমোটাৰ সৌৰভ চন্দ্ৰকাৰৰ বিবাহ হৈছিল। বলীউডৰ বহু তাৰকাই এই বিবাহ অনুষ্ঠানত অংশ লৈছিল। সৌৰভৰ বিয়াখন ডুবাইত ৰাজকীয় শৈলীত অনুষ্ঠিত হৈছিল য’ত ২০০ কোটি টকা ব্যয় কৰা হৈছিল। বিয়াত বহু তাৰকাই অনুষ্ঠান পৰিৱেশন কৰে। এতিয়া মহাদেৱৰ অনলাইন গেমিং এপৰ ​​গোচৰত ৰণবীৰ কাপুৰৰ নাম পোহৰলৈ আহিছে। ইয়াৰ উপৰিও পাকিস্তানী গায়ক আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, অভিনেত্ৰী ছানী লিয়ন, বলীউডৰ গায়িকা নেহা কক্কৰ আৰু সংগীত সুৰকাৰ বিশাল দাদলানীৰ দৰে আন বহু তাৰকাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ