--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুখ-দুখ, ঘাট-প্ৰতিঘাটৰ মাজতেই চলে সংসাৰ। কেতিয়াবা মৰম, কেতিয়াবা কাজিয়া, কেতিয়াবা বুজাবুজি আৰু কেতিয়াবা বিচ্ছেদ! পিছে এইবাৰ বিচ্ছেদ ঘটিল দাঁতৰ।

হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম - ছ'চিয়েল মিডিয়া এতিয়া সবাতোকৈ আপোন, এক অবিচ্ছেদ্য অংগ! ইয়াৰ কাৰণে বহু বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে। এইবাৰ স্বামী-স্ত্ৰীৰ মাজত সোমাল হোৱাটছএপ। পত্নীক হোৱাটছএপত বাৰ্তালাপ কৰিবলৈ মানা কৰাত দাঁত হেৰুৱালে স্বামীয়ে। খঙত অগ্নিশৰ্মা হৈ পত্নীয়ে ভাঙিলে স্বামীৰ তিনিটাকৈ দাঁত।

ঘটনা হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ। তথ্য অনুসৰি ঠিয়োগ থানাৰ অন্তৰ্গত এক অঞ্চলত হোৱাটছএপত বাৰ্তালাপক লৈ স্বামী-স্ত্ৰীৰ মাজত মতবিৰোধ হয় আৰু মহিলাগৰাকীয়ে খঙত স্বামীৰ দাঁত ওফৰাই দিয়ে। ইমানতে ক্ষান্ত নথকা পত্নীয়ে স্বামীক লাঠিৰেও প্ৰহাৰ কৰে। পাছত স্বামীৰ অভিযোগ তথা মেডিকেল ৰিপ'ৰ্ট অনুসৰি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ