--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মেগি, ব্যস্ততাভৰা জীৱনত মানুহৰ মাজত প্ৰচুৰভাৱে সমাদৃত হোৱা এবিধ খাদ্য হৈছে মেগি। কিয়নো মেগি বনাবলৈ আটাইতকৈ কম সময় লাগে বুলি কলেও ভূল কোৱা নহব। কিন্তু, এই মেগিক লৈ এখন সংসাৰত লাগিল অথন্তৰ। বনাবলৈ সহজ আৰু কম সময়ৰ ভিতৰত তৈয়াৰ হোৱা সুবিধাৰ সুযোগ লৈ এখন ঘৰ পৰ্যন্ত ভাঙি গৈছে। 


কিয়নো পত্নীয়ে স্বামীয়ে পতীক তিনিবেলা কেৱল মেগিয়ে পৰিৱেশন কৰাত অতিষ্ঠ স্বামীয়ে পত্নীৰ লগত বিবাহ বিচ্ছেদ পৰ্যন্ত কৰিব লগা হৈছে। এইটো এটা কাহিনী যেন লাগিলেও, কিন্তু এইটো প্ৰকৃততে ঘটিছিল। ঘটনাটো মাইচুৰু জিলা আৰু আদালতৰ ন্যায়াধীশ এম.এল. ৰঘুনাথে বৰ্ণনা কৰিছিল। স্বামী আৰু পত্নীৰ মাজৰ এই কাজিয়া মেগীৰ সৈতে কেনেকৈ আৰম্ভ হৈছিল?

 

মাইচুৰু জিলা আৰু ফিলা আদালতৰ ন্যায়াধীশ এম.এল. ৰঘুনাথে কৈছিল, "যেতিয়া মই বল্লাৰী জিলা আদালতৰ ন্যায়াধীশ আছিলোঁ, তেতিয়া এক অদ্ভুত বিবাহ বিচ্ছেদৰ গোচৰ আহিছিল। ঘটনোটো এনেধৰণৰ, স্বামী বা পত্নীয়ে ৰান্ধিব দুয়োৱে ৰান্ধিব নাজানিছিল। যাৰবাবে তেওঁলোকে মেগীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। স্বামীয়ে অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁক দিনত তিনিবাৰেই মেগী ৰান্ধি খোৱাইছিল আৰু সেয়েহে তেওঁ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। বিচাৰকজনে ধেমেলীয়াকৈ গোচৰটোক মেগি গোচৰৰ নাম দিছে। তেওঁ কৈছিল যে দম্পতীহালে অৱশেষত মধ্যস্থতাৰ জৰিয়তে পৃথক হৈছিল।

 

বিচাৰক এম এল ৰঘুনাথে কৈছিল, "বিবাহ বিচ্ছেদৰ গোচৰবোৰ সাধাৰণতে অলপ কঠিন হয়। বহুতে সন্তানৰ কথা মনত ৰাখি,  স্বামী আৰু পত্নীয়ে অৱশেষত একেলগে থাকিবলৈ সন্মত হয়। বহুসময়ত মানসিক সমস্যাৰ লগতে, শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰাৰ দৰে সমস্যাৰ ফলত বিবাহ বিচ্ছেদ হয়। ৮০০-৯০০ টা ঘটনাৰ ভিতৰত, আমি কেৱল ২০ ৰ পৰা ৩০ টা কেছ সমাধান কৰিব পাৰোঁ। লোক আদালতত গড়ে ১১০ টা বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰা হয়। ''



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত