--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন সংসাৰত বজাৰৰ লিষ্টখনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পতিয়ে বজাৰলৈ যাবলৈ ওলাওতে পত্নীয়ে হাতত তুলি দিয়ে বজাৰৰ লিষ্টখন। তাত লিখা থাকে ঘৰখনত কি বস্তু নাই বা গৰখনত কি কি বস্তুৰ প্ৰয়োজন। সেই লিষ্ট চায়েই পতিয়ে ঘৰলৈ ভৰ্তি কৰি লৈ আনে বজাৰৰ মোনা। 

বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এখন ছবি, যিখন ছবি দেখাৰ পিছত আপুনিও হাঁহিব। আচলতে এই তালিকাত এগৰাকী পত্নীয়ে আনিবলগীয়া কিছুমান শাক-পাচলি আৰু গেলামালৰ সামগ্ৰীৰ পৰিমাণ আৰু সংখ্যাৰ বিষয়ে বিতংভাৱে লিখিছে। 

এই তালিকাখন চালে এনে লাগে যেন কোনোবাই স্কুলৰ পাঠ্যক্ৰমৰ বিশদ টোকা লিখিছে। পত্নীয়ে তালিকাত উল্লেখ কৰিছে, কি পৰিমাণ আৰু কি ৰং আৰু ডিজাইনৰ বস্তু আনিব লাগিব, যাতে তেওঁৰ স্বামীয়ে বজাৰ কৰাত কোনো সমস্যাৰ সন্মুখীন নহয় আৰু তেওঁ কেৱল বজাৰৰ পৰা সঠিক বস্তুহে ক্ৰয় কৰি ঘৰলৈ আনে। 

এই তালিকাখনে ছ’চিয়েল মিডিয়াৰ নেটিজেনসকলক বৰ আমোদ দিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক