--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতিপুৱা সোনকালে খালী পেটত পানী খালে শৰীৰৰ বাবে বৰ ভাল। বাহি মুখত পানী খালে হজম শক্তিৰ পৰা আৰম্ভ কৰি ছাললৈকে সকলো ভাল।

ঘৰৰ বয়োজ্যেষ্ঠসকলে আৰু স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খালী পেটত পানী খাব লাগে আৰু তাৰ পিছত ব্ৰাছ কৰিব লাগে। এনেকৈ কোৱাৰ কাৰণসমূহ জানি লওক

১) খালী পেটত ব্ৰাছ কৰাৰ আগতে পুৱা পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হয় আৰু ই মূ্ত্ৰৰ জৰিয়তে বাহিৰ হয়।

২) দাঁত ব্ৰাছ কৰাৰ আগতে পানী খালে পাচন শক্তি বৃদ্ধি আৰু শক্তিশালী হয়। 

৩) মুখত বেক্টেৰিয়া জমা হোৱা বন্ধ হয়।

৪) খালী পেটত ব্ৰাছ কৰাৰ আগতে পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। 

৫) ব্ৰাছ কৰাৰ আগতে খালী পেটত পানী সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। বিশেষকৈ ঋতু সলনিৰ সময়ত চৰ্দি আৰু ফ্লুৰ প্ৰৱণতা থকাসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব।

৬) খালী পেটত পানী খালে শৰীৰত চৰ্বি জমা হোৱা কম হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক