--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱাই ভগৱানৰ নাম জপ কৰিলে গোটেই দিনটো শুভ হয়। পুৱা কৰা কিছুমান ভাল কামে জীৱনত দুৰ্যোগক আঁতৰাই সফলতা কঢ়িয়াই আনে আৰু দিনটো সুখৰে পাৰ হয়।

 * পুৱা সময়ত গীতাৰ পাঠ কৰিলে শৰীৰত ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটে আৰু মনটো নিয়ন্ত্ৰণত থাকে, যাৰ বাবে প্ৰতিটো সমস্যাৰে মোকাবিলা কৰাটো সহজ হৈ পৰে।

 * পুৱা চকু মেলিলেই প্ৰথমে দুয়োখন হাতৰ তলুৱা চালে দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। ধন-সম্পত্তি আৰু সমৃদ্ধি পাবলৈ এই ক্ষুদ্ৰ প্ৰতিকাৰ দৈনিক কৰক।

 * পুৱা মালক্ষ্মী মন্ত্ৰ পাঠ কৰিলে দিনটোৰ প্ৰতিটো কাম সফল হয়। লক্ষ্যত সফলতা নামি আহে।

 * যদি আপুনি গন্তব্য স্থানত উপনীত হ’ব বিচাৰে তেন্তে প্ৰতিদিনে সূৰ্য্য দেৱতাক পূজা কৰক। সূৰ্য্যৰ উজ্জ্বলতাই আমাক ধনাত্মক শক্তি প্ৰদান কৰে উন্নতিত সহায় কৰে।

 * দৈনিক পুৱা চৰাইক আহাৰ খুৱালে মালক্ষ্মীয়ে সন্তুষ্ট হয় আশীৰ্বাদ প্ৰদান কৰে।

 * প্ৰতিটো দিনক নতুন আৰু ভাল কৰিবলৈ প্ৰতিদিনে কিছু জ্ঞান আহৰণ কৰাৰ সংকল্প লওক। জ্ঞানে মানুহক প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’