--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত ভাৰত-অষ্ট্ৰেলিয়াৰ মুখামুখি। এই দুয়োটা দলৰ মাজত ক্ৰিকেট যুদ্ধ দীৰ্ঘদিন ধৰি চলি আহিছে। ২০০৩ চনৰ বিশ্বকাপৰ পাছত পুনৰ ৫০ অভাৰৰ ক্ৰিকেট ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া। এনে যুদ্ধত মেচৰ হুলস্থুল হ’ব দুজন 'ৰিচাৰ্ড’ৰ হাতত। এই মেচখনৰ হ’ব আম্পায়াৰ ৰিচাৰ্ড ইলিংৱৰ্থ আৰু ৰিচাৰ্ড কেটলব’ৰ’।

২০১৫ চনৰ বিশ্বকাপৰ ফাইনেল খেলখন কেটলব’ৰ’ই পৰিচালনা কৰিছিল। সেই সময়ত তেওঁৰ লগত আছিল কুমাৰ ধৰ্মসেন। মেলবৰ্ণত অনুষ্ঠিত বিশ্বকাপত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক পৰাস্ত কৰি জয়লাভ কৰে।

আইচিচিৰ আন্তঃৰাষ্ট্ৰীয় তালিকাত একেলগে অংশগ্ৰহণ কৰা একমাত্ৰ দুজন আম্পায়াৰ হৈছে ইলিংৱৰ্থ আৰু কেটলব’ৰ’। ২০০৯ চনৰ পৰা আম্পায়াৰ হিচাপে কাম কৰি আহিছে। এই বিশ্বকাপত দুখন ছেমি ফাইনেলৰ দায়িত্ব তেওঁলোকৰ কান্ধত আছিল। মুম্বাইত ভাৰতৰ বিজয়ৰ সাক্ষী হৈছিল ইলিংৱৰ্থ। আনহাতে কেটলব’ৰ’ আছিল ইডেনত। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। সেই মেচখন তেওঁ মেনেজ কৰিছিল।

দুজন ৰিচাৰ্ডৰ সৈতে তৃতীয় আম্পায়াৰ হ’ব জোৱেল উইলছন। চতুৰ্থ আম্পায়াৰ ক্ৰীছ গাফনী। মেচৰ ৰেফাৰী এণ্ডি পাইক্ৰফ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক