--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনেৰ গংগাধাম চক অঞ্চলৰ ওচৰত সংঘটিত হৈছে ভয়ংকৰ  অগ্নিকাণ্ড । দেওবাৰে পুৱা এলেকাটোৰ এটা গুদামত জুই লাগিছিল। জুই পিছত ওচৰৰ আন কেইবাটাও গুদামলৈ বিয়পি পৰিছে। এতিয়ালৈকে প্ৰায় ২০ ৰ পৰা ২৫ টা গুদাম ভস্মীভূত হৈছে। 

জুইত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।অগ্নিনিৰ্বাপক বাহিনীৰ ২২ খন  গাড়ীয়ে জুই নুমুৱাবলৈ চেষ্টা চলাই আছে। অগ্নি নিৰ্বাপক বাহিনীৰ  বিষয়াসকলে জনোৱা অনুসৰি দেওবাৰে পুৱা প্ৰায় ৯ বজাত অঞ্চলটোৰ এটা গুদামত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। ই পিছত আন ঠাইলৈ বিয়পি পৰে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

বিস্কুট, চিমেণ্ট, বৈদ্যুতিক সঁজুলি, আচবাবৰ গুদামত জুই লাগিছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত ৱেৰহাউচবোৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। জুইলগাৰ পিছতে ওচৰৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে