--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ চীনেও এইবাৰ ভাৰতৰ নতুন ৰাষ্ট্ৰপতিক শুভেচ্ছা জনালে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পিছত এইবাৰ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে।

ভাৰত আৰু চীনৰ মাজত যোৱা দুবছৰ ধৰি পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাকলৈ  বিবাদ চলি আছে।লাডাখৰ ৰকা  বেইজিঙে সৈন্য প্ৰত্যাহাৰ কৰাৰ কোনো ইংগিত দিয়া নাই। 

ইয়াৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে  তেওঁৰ বাৰ্তাত কয়, "দুয়োখন দেশৰ মাজত পাৰস্পৰিক ৰাজনৈতিক বিশ্বাস গঢ়ি তোলা, প্ৰত্যক্ষ সহযোগিতা সৃষ্টি আৰু মতভেদ হ্ৰাস কৰাৰ বাবে মই ভাৰতৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়াভাৱে কাম কৰিবলৈ সাজু।" 

কূটনৈতিক শিবিৰৰ মতে, ভাৰতীয় সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষ হৈছে ৰাষ্ট্ৰপতি। চীনৰ সামৰিক সেনাধ্যক্ষ ঝি জিনপিঙে তেওঁৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ দি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিল বিচাৰিছে।

জিনপিঙে কয় "ভাৰত আৰু চীন দুখন গুৰুত্বপূৰ্ণ দেশ। অঞ্চল আৰু বিশ্বত শান্তি, উন্নয়ন আৰু স্থিৰতা বজাই ৰখাত দুয়োখন দেশৰ ভূমিকা অপৰিসীম। এই দুয়োখন দেশৰ উন্নয়নত তেওঁলোকৰ মৌলিক স্বাৰ্থ জড়িত আছে। আমি ইজনে সিজনৰ সৈতে এটা বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তুলিব লাগিব।

 বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদেও নতুন ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন