--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। বৈদিক জ্যোতিষত বুধ গ্ৰহক অতি শুভ গ্ৰহ বুলি গণ্য কৰা হয়। এজন ব্যক্তিৰ বুদ্ধি, ব্যৱসায়, বাক্য, চেতনা আৰু দক্ষতাত বুধ গ্ৰহই শাসন কৰে। যোৱা ১০ ছেপ্টেম্বৰৰ পৰা কন্যা ৰাশিৰ ৰেট্ৰ’গ্ৰেড পজিচনত বহি আছে বুধ। অৱশ্যে ২ অক্টোবৰত এই গ্ৰহটো বুধ মাৰ্গীত থাকিব আৰু ২৬ অক্টোবৰলৈকে একে অৱস্থাতে থাকিব।

ইফালে ৩ অক্টোবৰত মহা অষ্টমী আৰু ৪ অক্টোবৰত মহানৱমী। জ্যোতিষৰ মতে বুধ গ্ৰহৰ এই অৱস্থাৱন কেইবাটাও ৰাশিৰ বাবে শুভ প্ৰমাণিত হ’ব কোনবোৰ ৰাশিৰ জাতক-জাতিকাই শুভ ফল লাভ কৰিব জানো আহক।

১) মেষ ৰাশিঃ মেষ ৰাশিৰ লোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। কৰ্মচাৰীসকলৰ বাবে ভাল সময় আহি আছে। চাকৰি আৰু ব্যৱসায়ত বৰ্তমান সমস্যা দূৰ কৰা হ’ব। ব্যৱসায়িক লাভ দুগুণ হ’ব। যিসকলে পঢ়া-শুনা কৰি আছে, তেওঁলোকৰ মনোযোগ ভাল হ’ব।

২) বৃষ ৰাশিঃ এই ৰাশিৰ লোকে বহু উৎসৰ পৰা উপাৰ্জন কৰিব পাৰিব। নতুন চাকৰিৰ সুযোগ আহিব পাৰে। পঢ়া ভাল হ’ব। ঘৰত চলি থকা যিকোনো টেনচন বা সমস্যাৰ অন্ত পৰিব। আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ হ’ব।

৩) কন্যা ৰাশিঃ বুধ গ্ৰহ কন্যা ৰাশিৰ দশম গৃহপ্ৰভু। কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব। কেৰিয়াৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সন্মান বাঢ়িব। ৰোগ আৰু দুৰ্ঘটনা দূৰ হৈ থাকিব। যদি পিতৃ-মাতৃ ঘৰত অসুস্থ হৈ আছে তেন্তে তেওঁলোকৰ স্বাস্থ্যৰো উন্নতি হ’ব।

৪) বৃশ্চিক ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে বুধ গ্ৰহ অষ্টম স্থানৰ প্ৰভু। আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰা হ’ব। ব্যৱসায় লাভজনক হ’ব পাৰে। কেৰিয়াৰত থাকিব পাৰে। বজাৰৰ লগত জড়িত লোকে উপাৰ্জন কৰিব পাৰে।

৫) মকৰ ৰাশিঃ ব্যৱসায়িক শ্ৰেণীৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত সময় অনুকূল। যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকেও পাব পাৰে ভাল খবৰ। সম্পত্তিৰ বিষয়বোৰ অনুকূল হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে