--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নহৰু অবিহনে অবিহনে খাদ্যৰ জুতি যেন অসম্পূৰ্ণ৷ নহৰু সকলোৰে পাকঘৰত ব্যৱহাৰ হয়। অৱশ্যে, কেৱল ৰন্ধনৰ সোৱাদ বৃদ্ধি কৰাৰ বাবেই নহয়, কিন্তু নহৰুৰ গুণাগুণ শুনিলে  আপুনি আচৰিত হ’ব। 

যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কেঁচা নহৰুৰ দুটা লং চোবাব পাৰে আৰু এগিলাচ গৰম গৰম পানী খাব পাৰে, তেন্তে আপুনি যে আপুনি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব। 

১০০ গ্ৰাম নহৰুত, আপুনি প্ৰায় ১৫০ কেলৰি, ৩৩ গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬.৩৬  গ্ৰাম প্ৰ'টিন প্ৰাপ্ত কৰে। নহৰু ভিটামিন বি১, বি২, বি৩, বি৬, ফলেট, ভিটামিন চি, কেলচিয়াম, লো, মেগনেছিয়াম, মেঙ্গানিজ, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু জিংকত উপলব্ধ। 

যিসকলৰ উচ্চ কলেষ্টেৰল আছে, তেওঁলোকে ৰাতিপুৱা নিয়মীয়াকৈ নহৰু খাব পাৰে। আপুনি নিজেই ফলপাব। হৃদযন্ত্ৰ স্বাস্থ্যৱান হ'ব। নহৰুৱে যকৃতটো ভাল ৰাখে।

 সেয়েহে, নহৰু বহুগুণ সম্পন্ন। আপুনি স্বাস্থ্যৱান হৈ থাকিবলৈ নহৰু  খাব পাৰে৷ আনকি নহৰুৱে বেয়া কলেষ্টেৰল হ্ৰাস কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ