--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চাণক্য হৈছে প্ৰাচীন ভাৰতৰ এজন সুপৰিচিত অৰ্থনীতিবিদ, উপদেষ্টা, দাৰ্শনিক, সাহিত্যিক আৰু শিক্ষক আছিল। জীৱনৰ বিভিন্ন দিশৰ ওপৰত তেওঁ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াই গৈছে। চাণক্যই নাৰীসকলৰ ওপৰতো বহু কথাই উল্লেখ কৰি গৈছে। চাণক্যৰ মতে পুৰুষতকৈ নাৰীৰ মাজত কি সুপ্ত ইচ্ছা লুকাই থাকে?

 সংস্কৃতত লিখা চাণক্য নীতিৰ পাছত ইংৰাজী, হিন্দী আদি বহুতো ভাষালৈ অনুবাদ কৰা হয়। আজিও লাখ লাখ মানুহে আধুনিক যুগত চাণক্য নীতিক উপযোগী বুলি ভাবে। বহু ৰাজনীতিবিদ, উদ্যোগপতি এতিয়াও কৌটিল্যৰ পৰামৰ্শৰ পৰা অনুপ্ৰাণিত হৈ আছে। আজিও ৰাজনীতি, ব্যৱসায় আৰু বিত্তীয় বিষয়ত জ্ঞান আহৰণৰ বাবে চাণক্য বা কৌটিল্যৰ বিকল্প নাই। বিশেষজ্ঞসকলৰ মতে, আপুনি যি বৃত্তিতেই নাথাকক কিয়, চাণক্য নীতি মানি চলাত কোনেও বাধা দিব নোৱাৰে।

 আচাৰ্য্য চাণক্যই নাৰীৰ বিষয়েও বহু কথা কৈছে, যিবোৰ নাৰীয়ে সাধাৰণতে মনত লুকুৱাই ৰাখে। পুৰুষৰ লগত নাৰীৰ তুলনাত চাণক্যই কেইটামান কথা উল্লেখ কৰিছে যিবোৰ মহিলাই সাধাৰণতে আন কাকো জানিব নিদিয়ে। এইবোৰ কি কি বিষয় জানি লওক।

 * চাণক্যৰ মতে পুৰুষতকৈ মহিলা বহু শক্তিশালী। শাৰীৰিক শক্তি বেছি হোৱাৰ বাবে নাৰীও পুৰুষতকৈ বেছি ভোকত থাকে। চাণক্যই কয় যে এগৰাকী মহিলাই পুৰুষতকৈ দুগুণ ভোক অনুভৱ কৰে আৰু খাব পাৰে। কিন্তু বিভিন্ন সামাজিক কাৰণত মহিলাসকলে যুগ যুগ ধৰি কম খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিছে। নাৰীয়ে নিজৰ ভোকৰ কথা কাকো কব নিবিচাৰে।

 * মহিলাসকল স্বাভাৱিকতে পুৰুষতকৈ বহু বেছি লাজুক। পুৰুষতকৈ মহিলা চাৰিগুণ বেছি লাজুক। এই লাজৰ বাবেই বেছিভাগ সময়তে মুখত কোৱাতকৈ বেছি চিন্তা কৰে।

 * আমাৰ সমাজত পুৰুষসকলক সাধাৰণতে সাহসী আৰু বীৰত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কিন্তু চাণক্যই কৈছে সম্পূৰ্ণ বিপৰীত। তেওঁ কয় যে পুৰুষতকৈ মহিলাৰ সাহস ৬গুণ বেছি। কব পাৰি যে নাৰী হৈছে সাহস আৰু শক্তিৰ উৎস।

 * চাণক্যৰ মতে পুৰুষতকৈ মহিলাৰ শাৰীৰিক সম্পৰ্কৰ ইচ্ছা বহু বেছি। পুৰুষতকৈ মহিলাৰ আঠগুণ বেছি হেঁপাহ থাকে। কিন্তু লাজত প্ৰকাশ কৰিব নোৱাৰে। নাৰীয়ে নিজৰ ইচ্ছা গোপন কৰি নিজৰ পৰিয়ালৰ যত্ন লয়। চাণক্যই ভাবে যে এয়াই হৈছে সাহস আৰু সহনশীলতাৰ চূড়ান্ত চিন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ